Tumi Suwa Jetiya Cifras
por Zubeen Garg2.953 views, adicionada aos favoritos 11 times
Dificuldade: | intermediário |
---|---|
Afinação: | E A D G B E |
Capotraste: | sem capotraste |
Cifras
Palhetada
Ainda não temos padrão de palhetada para esta música. Criar e receba +5 IQ
[Verse]
F
তুমি চোৱা যেতিয়া দুচকু তুলি
F
মোৰ আকাশ ভাঙি নামে বিজুলি
A# F C
ৰ’দে হাহে, ফুল ফুলে, কথা ক’লে
F C F
তুমি চুলেই যে বসন্ত ধুমুহাও যে প্ৰশান্ত
F C F
তোমাৰ মাজত দিগন্ত সৃষ্টিৰ অপৰুপ অনন্ত
[Chorus]
F Gm F Gm
মেঘালি চুলি তাৰিত ধৌ খেলে ৰ’দ দাৰি
F Gm A# F
হাহিত মিচিকনি সোনাৰুৰ পাহি
F Gm F Gm
সজল সজল চাৱনিত ত’ৰাৰে জিলিকনি
F Gm A# F
সেন্দুৰিয়া ওঠতে ক’থাৰে নিচুকনি
[Bridge]
F Dm
বুকুৰ মাজত দেখো জাগে সপোন
Am F
চকুৰ পতাত আকি তোমাক চিকুন
F Dm
বুকুৰ মাজত দেখো জাগে সপোন
Am F
চকুৰ পতাত আকি তোমাক চিকুন
Gm C F
তোমাৰ মৰমত জ্বলি ৰ’ম সকলো হেৰুৱাই
[Pre-Chorus]
F
তুমি চোৱা যেতিয়া দুচকু তুলি
F
মোৰ আকাশ ভাঙি নামে বিজুলি
A# F C
ৰ’দে হাহে, ফুল ফুলে, কথা ক’লে
F C F
তুমি চুলেই যে বসন্ত ধুমুহাও যে প্ৰশান্ত
F C F
তোমাৰ মাজত দিগন্ত সৃষ্টিৰ অপৰুপ অনন্ত
[Chorus]
F Gm
পুৱা দুচকু মেলি
F Gm
এপল দুপলা বেলি
F Gm
নিজম নিজম গধুলি
A# F
তোমাকেই আশা পালি
F Gm
নিয়ৰ সনা শেৱালি
F Gm
ধৰি আছে পদুলি
F Gm
তুমি গৰকি গ’লেই
A# F
সিও হ’ব সোনালী
[Bridge]
F Dm
এখোজ দুখোজ তুমি নিচেই কাষত
Am F
উলাহে নধৰা হাহি বুকুৰ মাজত
F Dm
এখোজ দুখোজ তুমি নিচেই কাষত
Am F
উলাহে নধৰা হাহি বুকুৰ মাজত
Gm C F
এতিয়া দুৰ আকাশ পৰে হি দুবাহুত পিচলি
[Outro]
F
তুমি চোৱা যেতিয়া দুচকু তুলি
F
মোৰ আকাশ ভাঙি নামে বিজুলি
A# F C
ৰ’দে হাহে, ফুল ফুলে, কথা ক’লে
F C F
তুমি চুলেই যে বসন্ত ধুমুহাও যে প্ৰশান্ত
F C F
তোমাৰ মাজত দিগন্ত সৃষ্টিৰ অপৰুপ অনন্ত
X
×
Tumi Suwa Jetiya – Zubeen Garg
How to play
"Tumi Suwa Jetiya"
Fonte
Transpor
Comentários
Tablaturas relacionadas